মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদ

ইতিহাস

  •              অসম গৃহ নিৰ্মাণ পৰিষদ আইন,১৯৭২ (অসম আইন,১৯৭৪)ৰ অধীনত গঠন হোৱা অসম গৃহ নিৰ্মাণ পৰিষদখন এখন কানুনী নিকায় (Statutory Body)। অসম গৃহ নিৰ্মাণ পৰিষদ অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰপ্ৰশাসনিক নিয়ন্ত্ৰণাধীন সকলো ধৰণৰ নিৰ্মাণ যোজনা ৰূপায়ণ কৰাৰ মুখ্য সংস্থা। অসম গৃহ নিৰ্মাণ পৰিষদক ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত হোৱা অসম গৃহ নিৰ্মাণ আঁচনিসমূহো ৰূপায়ণ কৰি আহিছে।