মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদ

এজেঞ্চিৰ কাম

  • ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগ, স্বাস্ত্য বিভাগ, জনজাতীয় কল্যাণ, অসম বিশ্ববিদ্যালয় শিলচৰ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ জনজাতি, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ, শিক্ষা বিভাগ, ভৈয়াম জনগোষ্ঠী আৰু পিছপৰা শ্ৰেণী কল্যাণ পৰিষদ (WPT & BC Deptt.) ইত্যাদি বিভাগৰ মাধ্যম হিচাপে অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদে গৃহ নিৰ্মাণৰ কাম ৰূপায়ণ কৰি আছে।

    পৰিষদে অন্যান্য বিভাগৰ গৃহ নিৰ্মাণ প্ৰকল্প ৰূপায়ণ কৰিবলৈ বিভাগসমূহৰ পৰা ৫ শতাংশ হাৰত মূল্য (দাম) লয়।