মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদ

যৌথ উদ্যোগত নগৰ অঞ্চলত লোৱা গৃহ পৰিকল্পনা

  • যৌথ উদ্যোগত নগৰ অঞ্চলত লোৱা গৃহ পৰিকল্পনা 

    অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদে গুৱাহাটী, মৰিগাঁও, যোৰহাট, গোলাঘাট, তিনিচুকীয়া আৰু শোণিতপুৰ পৰিষদৰ নিজস্ব মাটিত আৱাসিক আৰু ব্যৱসায়িক প্ৰকল্প স্থাপনৰ যোজা কৰিছে।

    • প্ৰথম পৰ্যায়ত মৰিগাঁও চহৰ আৰু গুৱাহাটীৰ কৃষ্ণ নগৰ চানমাৰিত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হব।
    • ব্যক্তিগত প্ৰতিষ্ঠানসমূহ মুকলি নিবিদা আহ্বানৰ দ্বাৰা স্বচ্ছতাৰে বাচনি কৰা হব।
    • অসম ৰাজ্যিক পৰিষদে প্ৰকল্প নিৰ্মাণৰ বাবে ভূমি প্ৰদান কৰিব আৰু ব্যক্তিগত প্ৰতিষ্ঠানে গৃহ আৰু প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণ কৰিব।

    এই প্ৰকল্পসমূহ অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদ আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ পুঁজি অংশীদাৰিত্বৰে ৰূপায়ণ কৰা হব।