মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদ

অসমৰ নগৰাঞ্চলত কাৰ্যকৰীকৰণ হোৱা ভাড়া ঘৰ আঁচনি

১. সুলভ মূল্যৰ গৃহ আঁচনি (Affordable Housing Scheme) – ধুবুৰী আৰু শিলচৰত নিৰ্মাণ কাৰ্য চলি থকা বহু মহলীয়া/একক গৃহসমূহ।

২. ভাড়া ঘৰ আঁচনি –

     * যিসমূহক মালিকীস্বত্ব আঁচনিৰ আওতালৈ অনা হব:

  • মঙলদৈত ৩২টা বাসকক্ষ/একক গৃহ নিৰ্মাণ সম্পূৰ্ণ।
  • নগাঁৱত ৩২টা বাসকক্ষ/একক গৃহ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত।
  • তিনিচুকীয়াত ৩২টা বাসকক্ষ/একক গৃহ নিৰ্মীয়মান অৱস্থাত।
  • বোকাখাটত ৩২টা বাসকক্ষ/একক গৃহ নিৰ্মীয়মান অৱস্থাত।