মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদ

ভূমি উন্নয়ন আৰু চৰকাৰী বে-চৰকাৰী অংশীদাৰিত্বত বিক্ৰী আঁচনি

এই আঁচনিৰ অধীনত পৰিষদে গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা নিৰ্ধাৰিত ব্যক্তিগত প্ৰতিষ্ঠানৰ লগত চুক্তিবদ্ধ হয়। ইয়াৰ পাছত ভূমিসমূহৰ সীমা নিৰ্দ্ধাৰণ কৰি গৃহ নিৰ্মাণৰ বাবে সৰু সৰু ভূমি খণ্ড ভাগ কৰা হয়। এই ভূমিখণ্ডসমূহ গুৱাহাটীৰ ভূমিহীন তথা গৃহহীন ৰাইজে কিনি লব পাৰে।