মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদ

ভূমি উন্নয়ন আৰু বিক্ৰী আঁচনি

ভূমি উন্নয়ন আৰু বিক্ৰী আঁচনি

            অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদে গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা (১) বহল পৰিসৰৰ ভূমিখণ্ড আৰু (২) আৱাসিক গৃহ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমিখণ্ডৰ লগতে ডিব্ৰুগড় জিলাত HUDCOৰ পুঁজিৰে ব্যৱসায় ভিত্তিত প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত লৈছে।

এই প্ৰকল্প ৰূপায়ণৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে।

            অসম চৰকাৰকো পৰিষদে গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ মাটিৰ লগতে ডিব্ৰুগড়তো সৰু সাৱাসিক নগৰ নিৰ্মাণৰ বাবে ভূমি আবণ্টন দিবলৈ আহ্বান জনোৱা হৈছে।