ক্ৰমিক নং | পদবী | নাম | কামৰ আবণ্টন |
---|---|---|---|
১ | আয়ুক্ত | শ্ৰী ইন্দ্ৰেশ্বৰ কলিতা, এ.চি.এচ (চৰকাৰী প্ৰতিনিযুক্তি) | অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ সমস্ত দায়িত্বভাৰ
|
২ | মুখ্য গাণনিক বিষয়া | শ্ৰীমতী ভাস্বতী দেৱী, এ.এফ.এচ. (চৰকাৰী প্ৰতিনিযুক্তি) | অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ বিত্ত সংক্ৰান্তীয় সকলো বিষয় তত্বাৱধান কৰা |
৩ | মুখ্য গৃহ নিৰ্মাণ পৰিষদৰ অভিযন্তা | শ্ৰী গিৰীশ চন্দ্ৰ দাস | কাৰিকৰী প্ৰমুখ্য আৰু কাৰিকৰী বিভাগৰ সমস্ত দায়িত্বভাৰ |
৪ | মুখ্য কাৰ্য্যবাহী বিষয়া | শ্ৰী মাণিক হাজৰিকা | প্ৰশাসনৰ সমস্ত দায়িত্বভাৰ |
৫ | নিৰ্মাণ অভিযন্তা | শ্ৰী বসন্ত বৰুৱা | অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ সকলো নিৰ্মাণ কাম- কাজৰ তত্বাৱধান |
৬ | কাঠামো অভিযন্তা | শ্ৰী পাৰ্থ প্ৰতীম শৰ্মা | কাৰিকৰী শাখাৰ কাম-কাজৰ তত্বাৱধান |
৭ | গৱেষণা বিষয়া | শ্ৰী বিষ্ণু প্ৰসাদ দাস | পৰিকল্পনা শাখা, ৰাজ্যিক লোক তথ্য বিষয়া হিচাপে তথ্য জনাৰ অধিকাৰ সংক্ৰান্তীয় বিষয়সমূহ আৰু অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ সভাপতিৰ লগত বিশেষ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যুক্ত |
৮ | উপ নিৰ্মাণ অভিযন্তা | শ্ৰী দিলীপ গগৈ | বৰাক উপত্যকা আৰু এন.চি পাৰ্বত্য জিলাৰ সকলো নিৰ্মাণৰ কাম-কাজৰ তত্বাৱধান কৰা |
৯ | গাণনিক বিষয়া আৰু বিত্ত গাণনিক বিষয়া | শ্ৰী বৰদা তালুকদাৰ
| অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ গণনা শাখাৰ তত্বাৱধান কৰা আৰু উদ্বৃত্ত পত্ৰ প্ৰস্তুত কৰা |
১০ | কাৰ্য্যবাহী অভিযন্তা(অসামৰিক) | ১) শ্ৰী অতুল বৰা ২) শ্ৰী চৰিফুদ্দিন আহমেদ ৩) শ্ৰী ইব্ৰাহিম আলি ৪) শ্ৰী গুনদা কাকতি মজুমদাৰ ৫) শ্ৰী গজেন নেওগ ৬) শ্ৰীমতী শুক্লা ৰাণী সিংহ ৭) শ্ৰী কল্যাণ কলিতা | অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ নিৰ্মাণ কামৰ তত্বাৱধান কৰা |
১১ | কাৰ্য্যবাহী অভিযন্তা(ইলেক্ট্ৰিকেল) | ১) শ্ৰী বীৰেণ কলিতা | অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ বৈদ্যুতিক কামৰ তত্বাৱধান কৰা |
১২ | প্ৰকল্প বিষয়া | শ্ৰী দিনেশ পাটগিৰি | পৰিকল্পনা শাখাৰ কামৰ তত্বাৱধান কৰা |
১৩ | অতিৰিক্ত মুখ্য গৃহ নিৰ্মাণ বিষয়া | শ্ৰী দিনেশ শৰ্মা | ঋণ শাখাৰ কামৰ তত্বাৱধান কৰা |
১৪ | মাণ্ডলিক গৃহ নিৰ্মাণ বিষয়া | ১) শ্ৰী উত্পল হাজাৰী ২) শ্ৰী এচ. কে. খৌবুঙ্গ ৩) শ্ৰী প্ৰাণজিত গোস্বামী | নিজ মণ্ডলৰ অধীনৰ জিলা কাৰ্য্যালয়ৰ কামৰ তত্বাৱধান কৰা |
১৫ | ইষ্টেত বিষয়া | শ্ৰী দিলীপ নেওগ | খাজনা শাখা, গৃহ আবণ্টন আদিৰ তত্বাৱধান কৰা |
১৬ | গৃহ নিৰ্মাণ বিষয়া | ১) শ্ৰী ত্ৰিদিপ কুমাৰ বৰগোঁহাই ২) শ্ৰী দ্বিজেন দাস ৩) শ্ৰী অভিজিত মহন্ত ৪) শ্ৰী আৰ. কে. নাথ পুৰকায়স্ত ৫) শ্ৰী হেমনেত বৰা ৬) শ্ৰী আবেন চন্দ্ৰ বসুমতাৰী ৭) শ্ৰী লক্ষীৰাম পেগু ৮) শ্ৰী বীৰেন্দ্ৰ কুমাৰ কাৰ্জী ৯) শ্ৰী হেমন্ত শইকীয়া ১০) শ্ৰী প্ৰদীপ হাজৰিকা ১১) শ্ৰী নবজ্যোতি বৰা ১২) শ্ৰীমতী ৰূপালী ভট্টাচাৰ্য্য ১৩) শ্ৰী প্ৰভাত চৌধুৰী ১৪) শ্ৰী জয়নাৰায়ন শৰ্মা(বৰ্তমান মুখ্য কাৰ্য্যালয়ত ভূমি বিষয়াৰ দায়িত্বত) | ঋণ মঞ্জুৰীৰ কাৰণে ঋণ আবেদন পত্ৰৰ অনুমোদন, ঋণ আদায় আৰু জিলা উন্নয়ন সমিতিৰ বৈঠকৰ দায়িত্ব |